সেউতী (Assamese) [ Roman: xeu.ti]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-09
    1. Stories(Abstract Noun) First Assamese modern short story witten by sjt Lakshnath Bezbarua. ৰসৰাজ বেজবৰুৱাৰ `জোনাকী`ৰ পাতত ছপা হোৱা `সেউতী` গল্পটোৱেই হ`ল প্ৰথম অসমীয়া চুটিগল্প৷
    English:
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-09
    2. Flowers(Common Noun-Common) A kind of rose flower. গোলাপ জাতীয় এপাহ ফুল৷ অসমৰ গীত-মাত সাধুকথাত বৰ সুলভ৷
    English: