সোণাৰি (Assamese) [ Roman: xo`.na.ri]
1. (Common Noun-Common) one who makes gold ornaments or deals with gold সোণৰ বেচা-কিনা কৰা বা সোণৰ গহণা-গাঠৰি বনোৱা লোক ৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-19
2. Place(Proper Noun-Neuter) Important place of Sibsagar district.
Subdivisional head quater of Charaideu subdivision.
শিৱসাগৰ জিলাৰ উল্লেখযোগ্য স্থান৷অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ৷ ৱাৰ্ডৰ সংখ্যা ১৩ টা৷ ...