স্ত্ৰীৰেণু (Assamese) [ Roman: stri.re.nu]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-07-24
    1. Botany(Common Noun-Feminine) the larger of the two kinds of spores characteristically produced by seed plants and a few fern allies, developing into a female gametophyte বীজ উদ্ভিদ আৰু কিছুমান ঢেঁকীয়া সহযোগীৰ দ্বাৰা বৈশিষ্ট্যসূচকভাৱে উৎপাদিত দুই প্ৰকাৰৰ স্প’ৰ বা ৰেণুৰ মাজৰ ডাঙৰটো, যি স্ত্ৰী গেমেট’ফাইট বা যৌনকোষ ৰূপে বিকশিত হয়