হাৱাজান (Assamese) [ Roman: ha.wa.jan]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-20
    1. River(Proper Noun-Neuter) A riverlet coming from Arunachal ends at Kharoi tributary of Brahmaputra. It divides Lakhimpur and Sonitpur district of Assam. এখন জান বা জুৰি৷ অৰুণাচলৰ পৰা আহি খাৰাই উপনদীত পৰিছে৷ লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাগ কৰিছে।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-20
    2. Place(Proper Noun-Neuter) A small township between Lakhimpur and Sonitpur district. লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ সীমামূৰীয়া সৰু ঠাই৷