ৰং-ৰূপহ (Assamese) [ Roman: rong-ru.poh]
    Contributed by: Mousumi Konwar on 2023-04-10
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Abstract Noun) a material object, service, etc., conducive to sumptuous living, usually a delicacy, elegance, or refinement of living rather than a necessity: প্ৰয়োজন পূৰণ কৰাৰ পৰিবৰ্ত্তে স্বাচ্ছন্দ্য, সৌন্দৰ্য্য বা জাক-জমকেৰে ভৰপূৰ মাত্ৰাধিক খৰচী জীৱনৰ উপযোগী বৈষয়িক বস্তু, সেৱা আদি