ৰতিক্ৰীড়া (Assamese) [ Roman: ro.ti.kri.ra]
    Contributed by: Mousumi Konwar on 2023-04-10
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Verbal Noun) Playful behaviour (such as kissing, hugging, etc.) intended to arouse sexual interest. পুৰুষ-তিৰোতাই কাম-ভাৱত পৰস্পৰক চুম্বন, আলিঙ্গন আদি কৰা কাৰ্য্য ৷