ৰভা (Assamese) [ Roman: ro.bha Origin: সং. ৰভ (হেম১৩)]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-12-27
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Material Noun-Neuter) a spacious,open,temporary shed উৎসৱ আদিৰ কাৰণে অস্থায়ীভাৱে সজা আহল-বহল চালি।

    Example Sentences:

    1. বিয়াৰ বাবে ৰভা সাজিছে।