ৰাজেশ্বৰ (Assamese)
Contributed by: Mousumi Konwar on 2022-11-05
1. (Common Noun-Common &/or Masculine) a male sovereign ruler of a kingdom এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
Assamese:
অধিপ অধিপতি অধিভূ অধিৰাজ অধীশ অৱনীপতি অৱনীশ ঐষ্ণীক ক্ষিতিনাথ ক্ষিতিপতি ক্ষিতিপাল ক্ষিতিপালক ক্ষিতীশ ক্ষৌণীশ চক্ৰপাল চক্ৰৱৰ্তী ছত্ৰপতি নৃপ নৃপতি নৃপবৰ নৃপমণি নৃপাল নৰনাথ নৰপতি নৰপাল নৰাধিপ নৰেন্দ্ৰ নৰেশ নৰেশ্বৰ প্ৰজানাথ প্ৰজাপালক প্ৰজেশ প্ৰজেশ্বৰ ভূপ ভূপতি ভূপেন ভূমিপ ভূমীন্দ্ৰ মহীপতি মহীপাল মহীশ মানৱেন্দ্ৰ লোকপাল লোকপালক সম্ৰাট ৰজা ৰাজেশ্বৰ ৰাণা
Bodo:
Mising:
Meeteilon:
Bishnupriya Manipuri:
Mizo (Lushai):
Nagamese:
TAI-Ahom:
Bangla:
Nepali:
Tiwa:
Sadri (Nagpuri):
Santali:
TAI-Khamti:
TAI-Turung:
Singpho: