ৰেখাচিত্ৰ (Assamese) [ Roman: re.kha.si.tro]
    Contributed by: Bikram M Baruah on 2006-10-04
    1. Statistics(Abstract Noun) a graphic display of data or information তথ্যৰ ছবিৰ জৰিয়তে কৰা উপস্থাপন
    Contributed by: Swapnita Kakati on 2006-10-04
    2. (Abstract Noun) a diagram made up of simple lines used to explain a complex process in a simple manner কেতবোৰ সাধাৰণ ৰেখাৰ দ্বাৰা অঁকা চিত্ৰ যাৰ সহায়ত কোনো জটিল প্ৰণালীক সহজ কৰি বুজাবলৈ প্ৰয়াস কৰা হয়