ৰেতি (Assamese) [ Roman: re.ti]
    Contributed by: Biraj Kumar Kakati on 2008-05-26
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Material Noun-Neuter) A steel hand tool with small sharp teeth on some or all of its surfaces; used for smoothing wood or metal. কৰত আদি ধাৰ দিবলৈ ব্যৱহাৰ কৰা তীখাৰে নিৰ্মিত এক বিশেষ সঁজুলি | কেতিয়াবা কাঠৰ আচবাব আদি নিমজ কৰিবলৈও ব্যৱহাৰ কৰা হয় |