অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "চাপৰি"
Idiom ফকৰা-যোঁজনাচাপৰিলে মেঘ নাঁতৰে৷
No excuse can cover up a misdeed or unlawful activities.যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
চাপৰি যোৱাকে কুঁজা বোলে
to admit an unpleasant thing in a roundabout way.কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰি বেঁকা বাটেৰে স্বীকাৰ কৰা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
চাপৰিলে মেঘ নেৰায়৷
By lowing your head, one can not get rid of cloud. By avoiding one can not get rid of problems.সমস্যাক আওকান কৰিলে, ই আতৰি নাযায়৷ সমস্যাৰ মুখামুখি হব লাগিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20