অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "থান"
Idiom ফকৰা-যোঁজনাথান-বান কৰ ৷
To destroy, demolish, ruin, wreck, crash or shatterবিনষ্ট কৰ, ধ্বংস কৰ, বিশৃংখল কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
থান থিত লাগ
To get settled in a job or place, or to get organized.শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
এথানি এবানি কৰ্
To neglect or ignore, not taking care.উপলুঙা কৰ্, অযত্ন কৰ্, অনাদৰ কৰ্ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-20
Idiom ফকৰা-যোঁজনা
আলৈ এথানি কৰ ৷
To look down upon, not taking care, to insult or neglect.উপলুঙা কৰ, অত্যাচাৰ কৰ, অযন্ত কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
Idiom ফকৰা-যোঁজনা
স্থান হেৰালে মান হেৰায় ৷
If one changes his/her place of residence or working field, he/she has to lose social status and respect.নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01