অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "নাট"
Idiom ফকৰা-যোঁজনাপেটক আটে চকুক নাটে
A greedy person wants to eat more even after he consumes adequate amount to satisfy his appetite.লুভীয়া বা খকুৱা মানুহে পেটৰ ভোক গুচাৰ পাছতো আৰু খাবলৈ ইচ্ছা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা
ৰজাক নাটে, বজাক নাটে, ধনীক নাটে ধনে৷
A man’s crave for money and property doesn’t get satisfied even if he already possesses everything he needs.অগাধ সা-সম্পত্তিৰ গৰাকী হ'লেও নতুবা সন্তানহীন হ'লেও মানুহৰ সা-সম্পত্তিৰ প্ৰতি লোভ নকমে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-06-13
Idiom ফকৰা-যোঁজনা
ৰজাক নাটে, বঁজাক নাটে
A monarch is not satisfied with his kingdom alone and wants to expand his territories, likewise a childless person may also want to acquire large properties even though he doesn`t have any heir.ৰজাৰ বিশাল ৰাজ্য থাকিলেও ৰাজ্য জয়ৰ হেঁপাহ নুগুছে, ঠিক সেইদৰে বঁজা, অৰ্থাৎ কিছুমান নিসন্তান লোকৰ সতি-সন্ততি নাথাকিলেও, সম্পত্তিৰ হেঁপাহ নুগুছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-02