অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "সোপা"
Idiom ফকৰা-যোঁজনাচুঙা চাই সোপা
Tit for tatকোনো লোকৰ চতুৰ কথা বা কাৰ্য্যক অধিক বুদ্ধিমত্তাৰে উত্তৰ দিয়া | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-02
Idiom ফকৰা-যোঁজনা
কাণত সোপা দে
To pretend of being deaf and ignore important orders, advices or reprimands. Or to tolerate oral abuse, scoldings etc. silently.আদেশ, উপদেশ, আদি নুশুনাৰ ভাও ধৰ্ বা আওকাণ কৰ্ ৷ অথবা গালি-গালাজ, দাবি-ধমকি, ককৰ্থনা, আদি চকুমুদি সহ্য কৰি থাক্ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10