Items in Poems
1. Poems(Abstract Noun) a short song-like poem, something meant to be sung
গীত কৰি গাবৰ কাৰণে লিখা কবিতা ৷
গীত কৰি গাবৰ কাৰণে লিখা কবিতা ৷
4. Poems(Abstract Noun) the last line of a poem or lyric, in which the name of the author is mentioned
গীত বা কবিতাৰ ভণিতা-যুক্ত অন্তিম শাৰী বা পদ, যেনেঃ কহয় মাধৱ মাই কিনো তপসাইলা ৷ ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ৷৷
গীত বা কবিতাৰ ভণিতা-যুক্ত অন্তিম শাৰী বা পদ, যেনেঃ কহয় মাধৱ মাই কিনো তপসাইলা ৷ ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ৷৷
5. Poems(Common Noun-Neuter) a type of rhymed metre in old Assamese verse
পুৰণি অসমীয়া কাব্যৰ এক বিশেষ ছন্দ
পুৰণি অসমীয়া কাব্যৰ এক বিশেষ ছন্দ
6. Poems(Proper Noun-Masculine) a famous Assamese, Vaishnavite poet contemporary to Srimanta Sankardev
শ্ৰীমন্ত শঙ্কৰদেৱৰ সমসাময়িক এগৰাকী প্ৰসিদ্ধ অসমীয়া, বৈষ্ণৱ কবি
শ্ৰীমন্ত শঙ্কৰদেৱৰ সমসাময়িক এগৰাকী প্ৰসিদ্ধ অসমীয়া, বৈষ্ণৱ কবি
8. Poems(Proper Adj.-Common) matching the sound of two words as in tow lines of a poem
কবিতাৰ ক্ষেত্ৰত ব্যৱহৃত হয়
কবিতাৰ ক্ষেত্ৰত ব্যৱহৃত হয়
9. Poems(Proper Adj.-Neuter) having the form and musical quality of a song
গীত বা গানৰ দৰে গুণ থকা, অৰ্থাৎ সুৰ লগাই গাব পৰা
গীত বা গানৰ দৰে গুণ থকা, অৰ্থাৎ সুৰ লগাই গাব পৰা
10. Poems(Proper Noun-Neuter) a poetic composition with eight letters in each line
প্ৰতিটো ফাকিত আঠোটাকৈ আখৰ বিশিষ্ট পদৰ এক ছন্দ
প্ৰতিটো ফাকিত আঠোটাকৈ আখৰ বিশিষ্ট পদৰ এক ছন্দ
12. Poems(Abstract Noun) Anti-poetry is an art movement that attempts to break away from the normal conventions of traditional poetry. Early proponents of anti-poetry include Nicanor Parra and Elias Petropoulos.
সাধাৰণ আৰু পৰম্পৰাগত কবিতাৰ পৰা পৃথকভাৱে গঢ়ি উঠা শিল্প আন্দোনল৷ লেটিন আমেৰিকাত চিলিক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোনলৰ পুৰোধা ব্যক্তি নিকানোৰ পাৰা আৰু এলিয়াচ পেট্ৰপোোলাচ৷
সাধাৰণ আৰু পৰম্পৰাগত কবিতাৰ পৰা পৃথকভাৱে গঢ়ি উঠা শিল্প আন্দোনল৷ লেটিন আমেৰিকাত চিলিক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোনলৰ পুৰোধা ব্যক্তি নিকানোৰ পাৰা আৰু এলিয়াচ পেট্ৰপোোলাচ৷