Dictionary entry: Mai-taka(Language: English; IPA: mai-taka; Assamese: মাই-টকা)


Meaning 1:(Material Noun) a bamboo contrivance used for dragging the harrow over tilled soil by means of cattle.
ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ৷ তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি৷

Synonym:
English: Mai-taka harrow
Assamese: মৈ মৈ-টকা
Dimasa: moi
Space to image of Mai-taka


Related Ideas:
1. মৈয়া




2006 - 2022 © Xobdo.org