acceptacceptable

acceptability (English) [ IPA: ɪkˌseptəˈbɪlətiː ASM: এক্সেপটিবিলিটি]
Contributed by: Partha P Sarmah on 2010-06-02
1. (Abstract Noun) (in language) whether a sentence is acceptable (in particular contexts and in terms of meaning it conveys) even if it is grammatically well formed. For example: 'the dog expired yesterday' is often unacceptable even though it is grammatically correct. (ভাষাৰ ক্ষেত্ৰত)ব্যাকৰণগত ভাবে বাক্য এটা শুদ্ধ হলেও বা ই অৰ্থ প্ৰকাশ কৰিলেও ই গ্ৰহণযোগ্য হয় নে? যেনেঃ কালি কুকুৰতোৱে নৰনাট সামৰিলে বাক্যটো ব্যাকৰণগত ভাবে শুদ্ধ হলেও বা ই অৰ্থ প্ৰকাশ কৰিলেও ই গ্ৰহণযোগ্য নহয়৷

Contributed by: Partha P Sarmah on 2010-10-31
2. Language-Linguistics(Abstract Noun) apart from grammaticality whether a sentence is acceptable in a particular context in terms of its choice of words etc. For example: even if `the dog passed away yesterday` may be a grammatically correct sentence, it is not acceptable in normal use. Instead it could be `the dog died yesterday`. ব্যাকৰণৰ নীতি-নিয়ম মনাৰ লগতে যথাযথ শব্দৰ ব্যৱহাৰ কৰি সজা বাক্য৷ কেৱল ব্যাকৰণৰ নীতি সিদ্ধ হলেই বাক্য এটা গ্ৰহণীয় নহ’বও পাৰে, যেনেঃ (১)কালি ৰাতি আমাৰ কুকুৰটোৱে নৰনাট সামৰিলে/ বা (২) কুকুৰটো ঢুকাল (৩)সেই বিশ্ববৰেণ্য পণ্ডিতগৰাকী কালি মৰিল৷ ইয়াত (১) আৰু (২) ত মৰিল আৰু (৩) ত ঢুকাল, মহাপুৰুষৰ লগত নৰনাট সামৰিলে ব্যৱহাৰ কৰিলেহে বাক্য কেইটা গ্ৰহণীয় হ’ব৷ অন্যথা ব্যাকৰণৰ দিশৰ পৰা শুদ্ধ হ’লেও এই বাক্য কেইটা গ্ৰহণীয় নহয়৷