Dictionary entry: alangli(Language: Karbi)


Meaning 1:(Pronoun) about/of the third person mentioned
উল্লেখিত তৃতীয় পুৰুষৰ বা তৃতীয় পুৰুষৰ বিষয়ে
Space to image of alangli



Meaning 2:(Pronoun) the object form of 'they' e.g. I met them yesterday at Tinsukia.
’তেওঁলোক’ৰ কৰ্ম ৰূপ৷ যেনে: মই পৰহি তেওঁলোকক/সিহঁতক/তাহাঁতক তিনিচুকীয়াত লগ পাইছিলোঁ৷ (সিসকলক আৰু তেৰাসকলক মান্যবাচক,গুৰু, ভকত আদিৰ প্ৰসংগত সাধাৰণতে ব্যৱহাৰ হয়৷ ৷ কেতিয়াবা মন্ত্ৰী, বিষয়া আদিক কটাক্ষ কৰিও ব্যৱহাৰ হয়৷)
Space to image of alangli




2006 - 2022 © Xobdo.org