applicantapplication software

application (English) [ IPA: ˌæpləˈkeɪʃən ASM: ˌএপ্লিকেচন]
1. (Abstract Noun) A formal request (usually written) to an authority. কোনো বিভাগীয় কৰ্তৃপক্ষলৈ জনোৱা অনুৰোধ (সাধাৰণতে লিখিত) ৷

Contributed by: Biraj Kumar Kakati on 2010-11-11
2. (Verbal Noun) The act of using or applying something. কোনো বস্তু ব্যৱহাৰ কৰা বা খটুৱা কাৰ্য্য ৷

Contributed by: Nilamdyuti Goswami on 2011-10-14
3. Computer Science(Abstract Noun) A set of computer programs assembled together for a special purpose and to perform a specific function. এটা বিশেষ কাৰণ আৰু এটা বিশেষ কাৰ্য্য পৰিৱেশন কৰিবলে একত্ৰিত কৰা কমপিউটাৰ প্ৰগ্ৰামসমূহৰ এটা সংহতি৷

application (Nagamese)
Contributed by: Mousumi Konwar on 2023-05-01
4. (Abstract Noun) A formal request (usually written) to an authority. কোনো বিভাগীয় কৰ্তৃপক্ষলৈ জনোৱা অনুৰোধ (সাধাৰণতে লিখিত) ৷

Contributed by: Mousumi Konwar on 2023-05-01
5. (Verbal Noun) The act of using or applying something. কোনো বস্তু ব্যৱহাৰ কৰা বা খটুৱা কাৰ্য্য ৷