attachedattack

attachment (English) [ IPA: əˈtætʃmənt ASM: এটাচ্ছমেন্ট ]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
1. (Abstract Noun) a strong or extravagant fondness, enthusiasm, or desire for anything কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
2. (Verbal Noun) the act of taking possession of something by authority কৰ্ত্তৃত্বশীলভাৱে কোনো সম্পত্তি লৈ লোৱা কাৰ্য্য