binbinary fission
binary (English) [ IPA: ˈbaɪnəriː ASM: বাইনেৰি]
1. (Proper Adj.-Neuter) based on only two numbers; consisting of two parts; using only 0 and 1 as a system of numbers.
কেৱল দুটা সংখ্যাৰ ওপৰত প্ৰতিষ্ঠিত; দুটা অংশ থকা; ০ আৰু ১ সংখ্যা দুটাৰ ওপৰত ভিত্তি কৰা সংখ্যা পদ্ধতি।