chimonganichin
chimpanzee (English) [ IPA: tʃɪmˌpænˈziː ASM: চিম্পাঞ্জী]
1. (Common Noun-Common) An african ape, which approaches more nearly to man, it is from three to four feet high.
আফ্ৰিকাত পোৱা এবিধ নেজবিহীন বান্দৰ, যি মানুহৰ দৰে আচৰণ কৰে৷ ইহঁতৰ উচ্চতা চাৰি ফুটৰ পৰা পাঁচ ফুট মানৰ ভিতৰত হয়৷
আফ্ৰিকাত পোৱা এবিধ নেজবিহীন বান্দৰ, যি মানুহৰ দৰে আচৰণ কৰে৷ ইহঁতৰ উচ্চতা চাৰি ফুটৰ পৰা পাঁচ ফুট মানৰ ভিতৰত হয়৷