clay-pencilclean
clayey (English) [ IPA: ˈkleɪiː ASM: ক্লেই]
English: clayey, glutinous, sticky, waxy,
Assamese: আঠা-যুক্ত, আঠালতীয়া, আলতীয়া, এঠা-এঠি, কঁঠলুৱা, চিকটা, জেপেটীয়া, লিকটা, লিকটীয়া, লেকেটা, লেকেটীয়া,
Bodo: आथा फ्रोम फ्रोम, आमथा आमथा,
Mising: bagen, de:tak, tigip-tagap,
Karbi: chinir,
Deori: লেকেতা, লেজুৱা,
1. (Proper Adj.-Neuter) Stiff sticky (soil) used for making bricks, pottery, etc.
ইটা, পাত্ৰ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা আঠা থকা (মাটি)।