clove beancloy

clown (English) [ IPA: ˈklæʊn ASM: ক্লাউন]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-03
1. (Common Noun-Common) A person who acts in a funny way which arouses laughter. যাৰ কৰ্মকাণ্ডই আনক হঁহুৱায়|

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-03
2. (Common Noun-Common &/or Masculine) A performance artist often associated with a circus and typically characterised by bright, oversized clothing, face paint who performs humorous stunts সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী, যি খুহুঁতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়।

Contributed by: Partha P Sarmah on 2007-01-03
3. (Common Noun-Common &/or Masculine) a person who behaves in a foolish,stupid and undignified way and so not liked by people. অমৰ্যদাপূৰ্ণ ব্যৱহাৰ কৰা নিৰ্বোধ লোক৷ তেনে লোকৰ স্থূলবুদ্ধি আৰু ফটুৱামী বা পাতলীয়া ব্যৱহাৰৰ বাবে আনে সাধাৰণতে বৰ ভাল নাপায়৷
English: clown,
Assamese: ভুচুংপহু