Dictionary entry: death(Language: English; IPA: ˈdeθ; Assamese: ডেইথ)


Meaning 1:(Abstract Noun) the state of not having life
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা

Synonym:
English: decease death dead demise
Assamese: মৃত্যু জীৱন-পতন দেহ-ত্যাগ তিৰোভাৱ দেহৰক্ষা দেহান্ত পঞ্চত্বপ্ৰাপ্তি এন্তেকাল ইহলীলা সম্বৰণ আয়ুশেষ কালান্তক জীৱনান্ত চিৰশান্তি স্বৰ্গগতি মোক্ষপ্ৰাপ্তি ফৌত্ কালগ্ৰাস নিধন মহাপ্ৰস্থান দেহাৱসান যম বৈকুণ্ঠগামী তিৰোধান প্ৰাণান্ত প্ৰাণ-প্ৰয়াণ স্বৰ্গী মহানিদ্ৰা অনন্ত-পথ প্ৰয়াণ নিৰ্যাণ পৰলোক-প্ৰাপ্তি মহাপ্ৰয়াণ হত স্বৰ্গলাভ স্বৰ্গগমন মহাশয়ন মহাযাত্ৰা মৰণ আয়ুপাত প্ৰাণ-ত্যাগ প্ৰাণহানি বৈকুণ্ঠপ্ৰয়াণ স্বৰ্গাৰোহন স্বৰ্গাৰোহণ চিৰনিদ্ৰা ইন্তেকাল পৰলোক গমন
Mising: sinam
Meeteilon: shiba
Bishnupriya Manipuri: মরণ
Karbi: karli thilot chevoi kaso
Dimasa: tihba
Tai: টাই
Nepali: निधन प्रयाण मृत्यु मर्नु
Rabha: চিকায়
Tiwa: thiwa
Space to image of death


Related Ideas:
1. die expire অনন্ত ধামলৈ গতি কৰ্ ইহলীলা সম্বৰণ কৰ্ ইহলোক সামৰ্ 2. dead lifeless অপহত গতায়ু গতায়ুষ 3. সলিল-সমাধি 4. hades পৰলোক লোকান্তৰ সিপুৰী dambra




2006 - 2022 © Xobdo.org