defectdefecto
defective (English) [ IPA: dɪˈfektɪv ASM: ডিফেক্টিভ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
English: defective, hurt, injured, wounded,
Assamese: অভিহত, আঘাতপ্ৰাপ্ত, আহত, উপহত, ক্ষত-বিক্ষত, ঘাইল, ঘূণীয়া, জখমী, থকা-সৰকা, বিক্ষত, সমাহত, হতাহত, ৰদীয়া,
Mising: tare ge,
Hindi: आहत,
Deori: ৰদি চাৰুবা
Contributed by: Biraj Kumar Kakati on 2010-09-26
defective (English) [ IPA: dɪˈfektɪv ASM: ডিফেক্টিভ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common) effected by a cut or physical damage দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱাAssamese: অভিহত, আঘাতপ্ৰাপ্ত, আহত, উপহত, ক্ষত-বিক্ষত, ঘাইল, ঘূণীয়া, জখমী, থকা-সৰকা, বিক্ষত, সমাহত, হতাহত, ৰদীয়া,
Mising: tare ge,
Hindi: आहत,
Deori: ৰদি চাৰুবা
Different POS:
a. Verb-Intran.: get hurt, আঘাত পা, দুখ পা...Contributed by: Biraj Kumar Kakati on 2010-09-26
2. (Proper Adj.-Common) Having a defect or flaw. কোনো দোষ বা বিসংগতি থকা ৷