হতাশাবাদীহতাহতি
হতাহত (Assamese) [ Roman: ho.ta.hot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-13
English: defective, hurt, injured, wounded,
Assamese: অভিহত, আঘাতপ্ৰাপ্ত, আহত, উপহত, ক্ষত-বিক্ষত, ঘাইল, ঘূণীয়া, জখমী, থকা-সৰকা, বিক্ষত, সমাহত, হতাহত, ৰদীয়া,
Mising: tare ge,
Hindi: आहत,
Deori: ৰদি চাৰুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
হতাহত (Assamese) [ Roman: ho.ta.hot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-13
1. (Proper Adj.-Common) effected by a cut or physical damage দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
Assamese: অভিহত, আঘাতপ্ৰাপ্ত, আহত, উপহত, ক্ষত-বিক্ষত, ঘাইল, ঘূণীয়া, জখমী, থকা-সৰকা, বিক্ষত, সমাহত, হতাহত, ৰদীয়া,
Mising: tare ge,
Hindi: आहत,
Deori: ৰদি চাৰুবা
Different POS:
a. Verb-Intran.: get hurt, আঘাত পা, দুখ পা...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
2. (Verbal Adj.) someone injured or killed (in an accident) (দূৰ্ঘটনাত) কোনো লোক মৃত বা আহত হোৱা