determinabledetermination

determinant (English) [ IPA: dɪˈtərmənənt ASM: ডিটাৰমিনেণ্ট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-27
1. Mathematics(Common Noun-Neuter) an algebraic expression of the sum of products of elements, each with an appropriate algebraic sign, usually written in a square array and used in the solution of systems of linear equations প্ৰতিটোৰে একোটা যথাযথ বীজগণিতীয় চিনযুক্ত, সাধাৰণতে এক বৰ্গীয় প্ৰগতিৰূপে লিখিত, বহু পদৰ পূৰণফলৰ সমষ্টি প্ৰকাশ কৰা এক বীজগণিতীয় প্ৰতীক৷ সৰলৰৈখিক সমীকৰণ সমাধান কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়৷