নিৰ্ঝৰিণীনিৰ্ণিত

নিৰ্ণায়ক (Assamese) [ Roman: nir.na.yok]
Contributed by: Rupankar Mahanta on 2007-03-30
1. (Abstract Noun-Neuter) Person or things that decide the outcome like a tie-break in a game কোনো বিষয়ৰ সিদ্ধান্ত কৰোঁতা বা কৰিব পৰা

Contributed by: Partha P Sarmah on 2007-03-30
2. (Adjective Adj.) something that is very important for the final result of some events or happenings; something that has a definite, conclusive result. কোনো কাম, চিন্তা আদিৰ ফলাফলৰ বাবে অতি প্ৰয়োজনীয় কিবা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-27
3. Mathematics(Common Noun-Neuter) an algebraic expression of the sum of products of elements, each with an appropriate algebraic sign, usually written in a square array and used in the solution of systems of linear equations প্ৰতিটোৰে একোটা যথাযথ বীজগণিতীয় চিনযুক্ত, সাধাৰণতে এক বৰ্গীয় প্ৰগতিৰূপে লিখিত, বহু পদৰ পূৰণফলৰ সমষ্টি প্ৰকাশ কৰা এক বীজগণিতীয় প্ৰতীক৷ সৰলৰৈখিক সমীকৰণ সমাধান কৰোঁতে ইয়াক ব্যৱহাৰ কৰা হয়৷