edeboedema

edebulu (Mising) [ Roman: ede.bu.lu]
Contributed by: Himasri Das on 2023-01-20
1. (Pronoun-Common &/or Masculine) plural of that-used to refer to persons, things etc. which are not near the speaker (and/or the listener). বক্তা বা শ্ৰোতাৰ পৰা দূৰত থকা মানুহ, জীৱ জন্তু, বস্তু ইত্যাদি বুজাবলৈ ব্যৱহাৰ হয়৷ কেতিয়াবা কিহবাৰ বা কাৰোবাৰ ওপৰত বিৰক্ত হলেও বিৰক্তি বা অসন্তুষ্টি বুজাবলৈ ’সেইসোপা’ আৰু ’সেইগাল’ৰ ব্যৱহাৰ হয়৷