tharvethat is
that (English) [ IPA: ˈðæt ASM: ডেট]
1. (Conjuction) used to connect a quotation to the main sentence.
মূল বাক্যৰ সৈতে এটা উক্তিক সংযোগ কৰিবলৈ ব্যৱহাৰ হয়৷
English: that,
Assamese: বুলি, যে,
Karbi: mate,
Deori: কা,
2. (Pronoun) used to indicate sth/sb far away from the speaker.
কওঁতাৰ পৰা বহু আঁতৰত থকা বস্তু বা জীৱক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷
English: that,
Assamese: সেইpfx , সেইটো, সেইয়া, সেয়া, সৌpfx , সৌটো, সৌৱা,
Mising: esi,
Karbi: hala,
Kok-Borok: Abo,
Dimasa: houbo,
Apatani: hiika, inka,
Tai: আন নান,
that (Hmar)
3. (Verb-Trans.) to end the life of somebody.
কাৰোবাৰ জীৱন নাশ কৰা।
4. (Verbal Noun) The act of terminating a life forcefully by someone.
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷