fish-trapfisher

fishberry (English) [ IPA: fishberry ASM: ফিছবেৰি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-09
1. Plants(Proper Noun-Neuter) a poisonous climbing plant, native to India, Malaysia, Indonesia and Sri Lanka, with ash-colored corky bark. The flowers has fruits that are round and kidney shaped. The berries of this plant were scattered in streams by indigenous people to stun the fish so that they are easier to catch. It is used as a homeopathy medicine. ভাৰত, মালয়েছিয়া, ইন্দোনেছিয়া আৰু শ্ৰীলঙ্কা আদি দেশত পোৱা এবিধ বিষাক্ত লতাজাতীয় গছ ৷ ইয়াৰ ফল গোলাকাৰ আৰু বৃক্ক আকৃতিৰ ৷ ইয়াৰ বিষাক্ত গুটি মাছ ধৰাৰ সুবিধাৰ বাবে পানীত বিহ দিবলৈ ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াক হোমিওপেথিক দৰব হিছাপেও ব্যৱহাৰ কৰা হয় ৷