Gusuntiyaguta

gut (English) [ IPA: ˈgət ASM: গাট]
Contributed by: Rupankar Mahanta on 2007-05-01
1. Anatomy(Material Noun-Neuter) The system of organs within multicellular animals that takes in food, digests it to extract energy and nutrients, and expels the remaining waste. The major functions of the GI tract are digestion and excretion. বহুকোষী প্ৰাণীৰ অঙ্গ-প্ৰণালী যি আহাৰ শৰীৰৰ ভিতৰলৈ নি হজম কৰি শক্তি আৰু পুষ্টি আহৰণ কৰে, আৰু বাকী থকা বৰ্জনীয় পদাৰ্থ দেহৰ কৰা বাহিৰ কৰি দিয়ে।