the terminal part of the leg, below the ankle joint, on which the body stands and moves. ভৰিৰ খাৰগাঁঠিৰ তলত থকা প্ৰান্তীয় অংশ, যাৰ ওপৰত দেহাটো থিয় হৈ থাকে আৰু লৰচৰ কৰে৷
The part of the face between the eyebrows, the normal hairline, and the temples চেলাউৰী, মূৰৰ চুলিৰ স্বাভাৱিক সীমা আৰু মূৰৰ দূয়োফালে চকুৰ ওপৰৰ উখহা অংশৰ মাজৰ স্থান
any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals. মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।
the terminal, prehensile part of the upper limb in humans and other primates, consisting of the wrist, metacarpal area, fingers, and thumb. মানুহ আৰু বানৰ প্ৰজাতিৰ দেহৰ আগফালে বাহুৰ আগলৈ থকা, খাদ্য আহৰণৰ বাবে ব্যৱহাৰ কৰা অঙ্গ
the part of the inner surface of the hand that extends from the wrist to the bases of the fingers সৰু-গাঁঠিৰ পৰা আঙুলিৰ গুৰিলৈকে বিস্তৃত হাতৰ ভিতৰ-পৃষ্ঠৰ অংশটো
the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷
a saclike enlargement of the alimentary canal, as in humans and certain animals, forming an organ for storing, diluting, and digesting food. খাদ্যবস্তু ভৰাই থোৱা, পাতল কৰা আৰু হজম কৰাৰ বাবে গঠিত মানুহ আৰু অন্য কিছুমান জন্তুৰ খাদ্য নলীৰ মোনাৰ দৰে প্ৰসাৰিত অংশ
a hollow muscular organ in the pelvic cavity of females; contains the developing fetus. স্ত্ৰীলিঙ্গৰ মানুহ বা জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে।
DescriptionEnglish: dick, penis, Assamese: পুৰুষ যৌনাঙ্গ, আথান্, শিশ্ন, কনি, কেলা, পুং জননেন্দ্ৰিয়, লিঙ্গ, ধ্বজ, Bodo: लोदै, Khasi: doi, thloh, loh, Meeteilon: Nunu, Karbi: achelek, ahong, bum, ok`kangduk, Nagamese: kela, Dimasa: sao-singli, jobai (the penis of the baby boy or teenage boy), kitai, Chakma: shet, Tai: কাই, Nepali: तुरी, यौनांग, लिंग,
The male reproductive organ of mammals and some reptiles and birds. In mammals, the penis contains the urethra, which carries urine from the bladder and releases sperm during reproduction. মানুহকে আদি কৰি স্তন্যপায়ী প্ৰাণীসমূহ, কিছুমান চৰাই আৰু সৰিসৃপৰ মতাটোৰ জননাংগ ৷ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত পুৰুষাংগটোৱে মূত্ৰস্থলীৰ পৰা মূত্ৰনলীৰ সহায়ত মূত্ৰ নিষ্কাশন কৰে আৰু প্ৰজননৰ সময়ত শুক্ৰবীজ কঢ়িয়াই আনে ৷
Either of two soft fleshy milk-secreting glandular organs on the chest of a woman. নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷
a large organ lying in the human body to the left of the stomach below the diaphragm, serving to store blood, disintegrate old blood cells, filter foreign substances from the blood. পাকস্থলীৰ বাওঁফালে থকা মানৱ শৰীৰৰ এক ডাঙৰ অংগ, যি তেজ জমা কৰি ৰাখে, তেজৰ বয়স্ক কণিকাবোৰ ধ্বংস কৰে আৰু বহিৰাগত দ্ৰৱ্যক তেজৰ পৰা পৃথক কৰে
A hollow, pointed projection of the skin of various animals, consisting mainly of keratin as well as other proteins. বহুতো জন্তুৰ মূৰৰ দুয়োকাষে আগবাঢ়ি ওলাই থকা ফোঁপোলা, জোঙা অংশ, যি প্ৰধানকৈ কেৰাটিন আৰু অন্যান্য প্ৰ’টিনেৰে গঠিত ৷
The posterior part of an animal, especially when elongated and extending beyond the trunk or main part of the body জন্তুৰ শৰীৰৰ পাছফালে মূল দেহৰ পৰা বাহিৰলৈ ওলাই থকা দীঘল, ক্ষীণ অংশ
any of the light horny epidermal outgrowths that form the external covering of the body of birds and that consist of a shaft bearing on each side a series of barbs which bear barbules which in turn bear barbicels commonly ending in hooked hamuli and interlocking with the barbules of an adjacent barb to link the barbs into a continuous vane; a projecting strip, rib, fin, or flange চৰাইৰ শৰীৰটো আৱৰি ৰখা আৰু অধিচৰ্মৰ পৰা বাহিৰলৈ ওলাই অহা একোডাল কাঠিৰ দুয়োফালে পাতল আঁহেৰে গঢ়া এক বিশেষ ধৰণৰ অংশ৷ ইবিলাকে চৰাইৰ দেহৰ শীত-তাপ নিয়ন্ত্ৰণ আৰু সুৰক্ষা প্ৰদান কৰাৰ উপৰিও উৰণত সহায় কৰে ৷
one of the hard bodies or processes usually attached in a row to each jaw, serving for the prehension and mastication of food, as weapons of attack or defense, etc., খাদ্য আহৰণ আৰু চোবোৱাৰ বাবে তথা আক্ৰমণ বা আত্মৰক্ষাৰ হাথিয়াৰ ৰূপে ব্যৱহৃত জন্তু আৰু মানুহৰ মুখৰ ভিতৰত হনুত শাৰীকৈ লাগি থকা টান বস্তু
the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷
Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ
a reddish-brown, glandular organ located in the abdominal cavity, functioning in the secretion of bile and various metabolic processes. পিত্তৰস ক্ষৰণ আৰু শৰীৰৰ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াত কাৰ্য্য কৰা, পেটত থকা, গ্ৰন্থিযুক্ত এক ৰঙচুৱা-মুগা বৰণৰ অঙ্গ
The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws. মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ
the series of vertebrae forming the axis of the skeleton and protecting the spinal cord জঁকাটোৰ মূলদণ্ড ৰূপে কাম কৰা আৰু মেৰুৰজ্জাক আঘাতৰ পৰা ৰক্ষা কৰি থকা কেতবোৰ হাড়ৰ এক লানি
The firm connective tissue covered by mucous membrane that envelops the alveolar arches of the jaw and surrounds the bases of the teeth. দাঁত য’ত লাগি থাকে সেই মাংস পেশী৷
Either of two pouch-like respiratory organs in the chest of vertebrates which serves to remove carbon dioxide and provide oxygen to the blood by successive compression and expansion. মেৰুদণ্ডী প্ৰাণীৰ বুকুত অৱস্থিত দুটা মোনাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ লগত জড়িত অঙ্গ, যি যথাক্ৰমে সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড আঁতৰায় আৰু অক্সিজেন যোগান ধৰে ৷
the opening at the lower end of the alimentary canal, through which the solid refuse of digestion is excreted. খাদ্য নলীৰ নিম্ন প্ৰান্তত থকা ফুটা, যাৰ মাজেদি হজম নোহোৱা খাদ্যৰ অৱশেষবোৰ বাহিৰ কৰি দিয়া হয়৷
Either of two organs in abdominal cavity of vertebrates which removes nitrogenous waste from the blood and excrete urine তেজৰ পৰা নাইট্ৰজেনযুক্ত বৰ্জনীয় পদাৰ্থ প্ৰস্ৰাৱৰ জড়িয়তে বাহিৰ কৰি দিয়া পেটৰ ভিতৰত থকা দুটা একে ধৰণৰ অঙ্গ
The system of organs within multicellular animals that takes in food, digests it to extract energy and nutrients, and expels the remaining waste. The major functions of the GI tract are digestion and excretion. বহুকোষী প্ৰাণীৰ অঙ্গ-প্ৰণালী যি আহাৰ শৰীৰৰ ভিতৰলৈ নি হজম কৰি শক্তি আৰু পুষ্টি আহৰণ কৰে, আৰু বাকী থকা বৰ্জনীয় পদাৰ্থ দেহৰ কৰা বাহিৰ কৰি দিয়ে।
A long, pointed tooth of animals/men used for biting and tearing flesh. কামুৰিবলৈ আৰু মাংস ফালিবলৈ ব্যৱহাৰ কৰা জন্তুৰ দীঘল, জোঙা দাঁত। মানুহৰো কুকুৰ দাঁত থাকে।
Either of two bony or cartilaginous structures that in most vertebrates form the framework of the mouth and hold the teeth. The mandible or maxilla or the part of the face covering these bones. দাঁতৰ আলু লাগি থকা হাড় ৷
An aggregation of morphologically similar cells and associated intercellular matter acting together to perform one or more specific functions in the body
One of the small compartments in the heart, a ventricle is a heart chamber which collects blood from an atrium (another heart chamber that is smaller than a ventricle) and pumps it out of the heart
The aorta is the largest artery in the human body, originating from the left ventricle of the heart and bringing oxygenated blood to all parts of the body in the systemic circulation
The usually paired female or hermaphroditic reproductive organ that produces ova and, in vertebrates, estrogen and progesterone.
ডিম্ব উৎপন্ন কৰা যুৰীয়া স্ত্ৰী অংগ।
The vascular structure in the uterus of most mammals providing oxygen and nutrients for and transferring wastes from the developing foetus. গৰ্ভধাৰণৰ কালছোৱাত গৰ্ভাশয়ক আৱৰি থকা আচ্ছাদন; ই সন্তানটিক পুষ্টি আৰু অক্সিজেন যোগান ধৰে |
It is a respiratory organ of aquatic animal (especially fish) by which it extract oxygen from water and the excrete of carbon dioxide. কোনো কোনো পানীত থকা জীৱৰ(মাছ আদিৰ)গালৰ তলত থকা ছিৰিলি ছিৰিলি চুলিৰ দৰে থকা নিশ্বাস যন্ত্ৰ ৷
DescriptionEnglish: brown eye, Assamese: পিতল চকু,
The eye that having brown pigmented iris. দেখাত পিতল বৰণীয়া হোৱা চকুৰ মণি ৷
the area of the cheekbone, i.e. the area just below the base of the ear and above the cheek কাণৰ গুৰিৰ জঁট (সঁতা) বা চুলিৰ থুপ খাই থকা ঠাই, অৰ্থাত্ গালৰ ওপৰ আৰু কুমৰ তলৰ ঠাই
the membrane of fibrous connective tissue covering the surface of cartilages except at the joints. হাঁড়ৰ জোৰা বা গাঁঠিত থকাবিলাকৰ বাহিৰে অন্য উপাস্থিৰ পৃষ্ঠ আৱৰি থকা অঁহীয়া সংযোজক কলাৰ আৱৰণ।
the inner and thicker of the two bones of the human leg between the knee and ankle. আঁঠু আৰু ভৰিৰ সৰু-গাঁঠিৰ মাজৰ অংশ অৰ্থাৎ কলাফুল ধৰি ৰখা দুডাল দীঘল হাড়ৰ শকত ডাল।
DescriptionEnglish: hard palate, Assamese: তালু, Deori: তালু,
the roof of the mouth, separating the oral and nasal cavities মুখগহ্বৰৰ ওপৰৰ চালি, যি মুখ আৰু নাসিকা গহ্বৰ দুটাক ভাগ কৰে
one of the minute blood vessels between the terminations of the arteries and the beginnings of the veins ৰক্ত-পৰিবাহী ধমনীৰ শেষ আৰু শিৰাৰ আৰম্ভণীৰ মাজত থকা ক্ষুদ্ৰ ৰক্ত-নলীকা
The longest bone of human body. It connects the hip bone and the knee bone. উৰ্বস্থি মানে উৰুৰ অস্থি৷ অস্থি মানে হাড়৷ উৰ্বস্থি মানে, কঁকালৰ পৰা আঠুলৈকে থকা হাড়দালকে উৰ্বস্থি বুলি কয়৷ এটা সৰু চিকিত্সা বিজ্ঞান সম্পৰ্কীয় তথ্য - উৰ্বস্থি হ’ল মানুহৰ শৰীৰৰ সকলোতকৈ দীঘল হাড়৷
Astigmatism is an optical defect in which vision is blurred due to the inability of the optics of the eye to focus a point object into a sharp focused image on the retina. This may be due to an irregular or toric curvature of the cornea or lens. চকুৱে স্পষ্টভাৱে দেখা নোপোৱা অসুখ৷
The transparent front part of the eye that covers the iris, pupil, and anterior chamber. চকুৰ সন্মুখ ভাগত থকা স্বচ্ছ অংশ; ই চকুৰ মণিক সুৰক্ষা প্ৰদান কৰে৷
the long, cordlike part of the central nervous system enclosed within the vertebral column
মেৰুদণ্ডৰ মাজত থকা, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ এক দীঘলীয়া, ৰচীসদৃশ অংশ
DescriptionEnglish: right hand, Assamese: আগহাত , সোঁহাত, Mising: lagbik,
The hand on the right side of the body.
সোঁফালে থকা হাতখন