heavenly bodiesheavy water
heavy (English) [ IPA: ˈheviː ASM: হেভি]
English: heavy, massive,
Assamese: গদহা, গধুৰ, গুৰু, গেধা, গেধেমা, নেকেহা, ভাৰী, ভৰযুক্ত, মেঁটমৰা, মেটমেটীয়া, মেটমৰা,
Bodo: गिलिर,
Mising: tébég,
Karbi: ardik,
Kok-Borok: hilik,
Dimasa: risibi, risih,
Tai: নাক্, নাম্ নাক্, লাক্,
Bangla: ভারী,
Tiwa: erlewa,
Deori: লিবা,
English: heavy,
Assamese: কলহৰ কানে ঢলা, দপদপীয়া, দবা-পিটা, দোপালপিটা, ধাৰাষাৰ, মুষলধাৰ, হুৰহুৰাই,
Dimasa: raobi,
1. (Proper Adj.) Having relatively great weight.
আনুপাতিকভাৱে বেছি ওজন থকা ৷
আনুপাতিকভাৱে বেছি ওজন থকা ৷
Assamese: গদহা, গধুৰ, গুৰু, গেধা, গেধেমা, নেকেহা, ভাৰী, ভৰযুক্ত, মেঁটমৰা, মেটমেটীয়া, মেটমৰা,
Bodo: गिलिर,
Mising: tébég,
Karbi: ardik,
Kok-Borok: hilik,
Dimasa: risibi, risih,
Tai: নাক্, নাম্ নাক্, লাক্,
Bangla: ভারী,
Tiwa: erlewa,
Deori: লিবা,
Related Ideas:
a. Proper Adj.-Common: light, অগধুৰ, পাতল, লঘূ, रेजें
2. (Proper Adj.) refers to a high intensity non-stop shower or rain.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
Assamese: কলহৰ কানে ঢলা, দপদপীয়া, দবা-পিটা, দোপালপিটা, ধাৰাষাৰ, মুষলধাৰ, হুৰহুৰাই,
Dimasa: raobi,
3. (Proper Adj.) of high intensity, especially sleep.
অতিশয় প্ৰবল, বিশেষকৈ টোপনি ৷
অতিশয় প্ৰবল, বিশেষকৈ টোপনি ৷