humanitarianismhumao
humanity (English) [ IPA: hjuːˈmænətiː ASM: হিউমেনিটি]
English: benevolence, humanity,
Assamese: নৰত্ব, মনুষ্যত্ব, মানৱতা, মানৱত্ব, মানৱিকতা, মানৱীয়তা,
1. (Abstract Noun) The quality of being humane; benevolence.
মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
Assamese: নৰত্ব, মনুষ্যত্ব, মানৱতা, মানৱত্ব, মানৱিকতা, মানৱীয়তা,
Related Idea:
a. Common Noun-Common: Homo sapiens, human, human being, man kind, নৃ...
2. (Common Noun-Common) all the people who are living in the world
পৃথিৱীত বাস কৰা সকলোবোৰ মানুহ
পৃথিৱীত বাস কৰা সকলোবোৰ মানুহ