benefittedbenevolent
benevolence (English) [ IPA: bəˈnevləns ASM: বেনিভলেন্স]
English: benevolence, humanity,
Assamese: নৰত্ব, মনুষ্যত্ব, মানৱতা, মানৱত্ব, মানৱিকতা, মানৱীয়তা,
English: benevolence, clemency, favor, favour, generosity, grace, kindliness, kindness, mercy,
Assamese: অনুগ্ৰহ, আপাহ, উদাৰচিত্ততা, উদাৰতা, উপকাৰ, এপাহ, এহচান্, ঔদাৰ্য, ঔদাৰ্য্য, কাৰুণ্য, কৃপা, কৰুণা, ত্যাগশীলতা, দানশীলতা, দয়া, পৰোপকাৰ, বদান্যতা, মহানুভৱতা, সহৃদয়তা, ৰহম, ৰহমত,
Mising: ayanglumpe,
Meeteilon: thoujanbiba,
Karbi: adak-atur, borkan, kanghon,
Dimasa: kasaomah, kasaotai, maya,
Tai: খিন্ ট, ছই হাৱ,
Hindi: इनायत,
Bangla: কৃপা,
Nepali: अनुग्रह, उदारता, कृपा, दया, दानशीलता,
Rabha: দহায়ছিনি,
Deori: দয়া,
b. Proper Adj.-Common &/or Masculine: affectionate, benevolent, benign, benignant, compassionate
1. (Abstract Noun) The quality of being humane; benevolence.
মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
Assamese: নৰত্ব, মনুষ্যত্ব, মানৱতা, মানৱত্ব, মানৱিকতা, মানৱীয়তা,
Related Ideas:
a. Common Noun-Common: Homo sapiens, human, human being, man kind, নৃ
2. (Abstract Noun) the quality of helping and giving away freely to the needy
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস
Assamese: অনুগ্ৰহ, আপাহ, উদাৰচিত্ততা, উদাৰতা, উপকাৰ, এপাহ, এহচান্, ঔদাৰ্য, ঔদাৰ্য্য, কাৰুণ্য, কৃপা, কৰুণা, ত্যাগশীলতা, দানশীলতা, দয়া, পৰোপকাৰ, বদান্যতা, মহানুভৱতা, সহৃদয়তা, ৰহম, ৰহমত,
Mising: ayanglumpe,
Meeteilon: thoujanbiba,
Karbi: adak-atur, borkan, kanghon,
Dimasa: kasaomah, kasaotai, maya,
Tai: খিন্ ট, ছই হাৱ,
Hindi: इनायत,
Bangla: কৃপা,
Nepali: अनुग्रह, उदारता, कृपा, दया, दानशीलता,
Rabha: দহায়ছিনি,
Deori: দয়া,
Related Ideas:
a. Proper Adj.: benefitted, উপকৃত, লাভান্বিত, লাভৱানb. Proper Adj.-Common &/or Masculine: affectionate, benevolent, benign, benignant, compassionate