hurricanehurst

hurry (English) [ IPA: ˈhəriː ASM: হাৰি]
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-08
1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-08
2. (Verb-Intran.) to speed up the rate of doing something কিবা কাম খৰকৈ কৰিবলৈ লোৱা