jupurijura

jur (Nagamese)
Contributed by: Mousumi Konwar on 2023-06-24
1. Physics(Proper Adj.-Neuter) A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force. কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থা‌‌ৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷
English: force, forceful,
Assamese: বল,
Khasi: ba donbor,
Nagamese: jur