liveryliving

livestock (English) [ IPA: ˈlaɪvˌstɑk ASM: লাইভষ্টক]
Contributed by: Babul Kakati on 2008-02-17
1. (Abstract Noun) Domestic animals, such as cattle or horses, raised for home use or for profit, especially on a farm. গৰু, ম’হ আদি ঘৰচীয়া জন্তু৷ (এইবোৰক নিজৰ অৰ্থনৈতিক লাভালাভৰ বাবে লালন-পালন কৰা হয় বা ইয়াৰ পৰা উপাৰ্জন হয় বাবে ইয়াক অৰ্থৰ লগত তুলনা কৰা হয়)৷