matburungmatch stick

match (English) [ IPA: ˈmætʃ ASM: মেটচ]
adj: matchless
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-06
1. Art and Culture(Abstract Noun) a session of a given activity where winners are selected কোনো নিৰ্দ্দিষ্ট ক্ৰিয়াৰ এক বিশেষ আয়োজন, য’ত বিজয়ী নিৰ্বাচিত কৰা হয়

Contributed by: archana rajbongshi on 2006-11-06
2. (Material Noun-Neuter) a slender piece of wood, cardboard, or other flammable material tipped with a chemical substance that produces fire when rubbed on a rough or chemically prepared surface এটা মূৰত ৰাসায়নিক পদাৰ্থ লেপি তৈয়াৰ কৰা কাঠ, বাঁহ বা আন কোনো দাহ্য বস্তুৰ সৰু কাঠি, যাক টান বা ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা বিশেষ পৃষ্ঠত ঘঁহি জুই সৃষ্টি কৰিব পাৰি।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-06
3. (Abstract Noun) a person or thing that equals or resembles another in some respect কোনো এটা বস্তুৰ লগত আন এটা বা এজন লোকৰ লগত আন এজনৰ সমান হোৱা অৱস্থা

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-06
4. (Verb-Intran.) to fit together, to cause to correspond
English: match,
Assamese: মিলা, ৰহীয়া