memorizedmemsahib

memory (English) [ IPA: ˈmemriː ASM: মেমৰি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-30
1. (Verbal Noun) The act of commemorating; an observance or celebration to honor the memory of some person or event. মনত ৰখা, পুনৰায় মনলৈ অনা, কোনো ব্যক্তিৰ অতীতৰ কথা মনলৈ অনা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-30
2. (Abstract Noun) the mental capacity or faculty of retaining and reviving facts, events, impressions, etc., or of recalling or recognizing previous experiences. তথ্য, ঘটনা আদি মনত ৰখা আৰু পুনৰুদ্ধাৰ কৰিব পৰা অথবা পূৰ্বৰ অভিজ্ঞতা মনত পেলোৱা বা চিনি পোৱাৰ মানসিক ক্ষমতা বা গুণ।