metaphasemetaphorical

metaphor (English) [ IPA: ˈmetəˌfɔr ASM: মেটাফৰ]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-15
1. (Abstract Noun) an expression which describes a person or object in a literary way by referring to something that is considered to have similar characteristics to the person or object you are trying to describe. অৰ্থালঙ্কাৰ বিশেষ৷ উপমান আৰু উপমেয়ৰ অভেদ কল্পনা কৰি বৰ্ণনা কৰাকে ৰূপক-অলঙ্কাৰ বোলে৷ যেনে-"সংসাৰ-মৰুভূমিত গান সৰোবৰ"; ইয়াত সংসাৰক মৰুভূমিৰ লগত আৰু গানক সৰোবৰৰ লগত অভেদৰূপে দেখুৱাইছে৷