motomotor car
motor (English) [ IPA: ˈmoʊtər ASM: ম’টৰ]
1. (Material Noun-Neuter) A electro-mechanical machine that rotates an axis on application of electricity. It is used to run other devices like pumps, grinder etc
এক বিদ্যুত-চৌম্বকীয় আহিলা যি বিদ্যুত প্ৰবাহৰ দ্বাৰা এডাল অক্ষ ঘুৰাই আৰু সেই ঘূৰি থকা অক্ষৰ দ্বাৰা পাম্প আদি আন আহিলা চলোৱা হয়|
এক বিদ্যুত-চৌম্বকীয় আহিলা যি বিদ্যুত প্ৰবাহৰ দ্বাৰা এডাল অক্ষ ঘুৰাই আৰু সেই ঘূৰি থকা অক্ষৰ দ্বাৰা পাম্প আদি আন আহিলা চলোৱা হয়|
2. Zoology(Verbal Adj.) conveying an impulse that results or tends to result in motion, as a nerve
সংবেদন পৰিবহন কৰা, যাৰ ফলত কোনো অংগ লৰচৰ হয়, যেনেঃ এক প্ৰকাৰৰ স্নায়ু
সংবেদন পৰিবহন কৰা, যাৰ ফলত কোনো অংগ লৰচৰ হয়, যেনেঃ এক প্ৰকাৰৰ স্নায়ু
motor (Karbi)
English: field pea, pea, pisum sativumsci ,
Assamese: মটৰ, মটৰমাহ, মাহ,
Bodo: मटर,
Meeteilon: hawai tharak,
Karbi: motor,
Dimasa: motor,
Bangla: মটর,
3. Vegetables(Common Noun-Common) the round, edible seed of a widely cultivated plant.
বহুলভাৱে খেতি কৰা এবিধ গছৰ ঘূৰণীয়া, খাব পৰা গুটি।
বহুলভাৱে খেতি কৰা এবিধ গছৰ ঘূৰণীয়া, খাব পৰা গুটি।

Assamese: মটৰ, মটৰমাহ, মাহ,
Bodo: मटर,
Meeteilon: hawai tharak,
Karbi: motor,
Dimasa: motor,
Bangla: মটর,
motor (Dimasa)
English: automobile, car, motor car, motor vehicle,
Assamese: গাড়ী, গাড়ী-মটৰ, মটৰ, মটৰ গাড়ী,
Bodo: गारि,
Mising: ga:ri,
Meeteilon: car,
Karbi: gadi, Kari, kongelong,
Dimasa: gari, motor,
Bangla: গাড়ী,
Nepali: गाड़ी,
Hajong: গাড়ি,
English: field pea, pea, pisum sativumsci ,
Assamese: মটৰ, মটৰমাহ, মাহ,
Bodo: मटर,
Meeteilon: hawai tharak,
Karbi: motor,
Dimasa: motor,
Bangla: মটর,
4. Technology-Engineering(Material Noun-Neuter) A road vehicle powered by an engine.
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।

Assamese: গাড়ী, গাড়ী-মটৰ, মটৰ, মটৰ গাড়ী,
Bodo: गारि,
Mising: ga:ri,
Meeteilon: car,
Karbi: gadi, Kari, kongelong,
Dimasa: gari, motor,
Bangla: গাড়ী,
Nepali: गाड़ी,
Hajong: গাড়ি,
Related Ideas:
a. Material Noun-Neuter: vehicle, গাড়ী-গুৰা, বাহন, যান, hem`konglong
5. Vegetables(Common Noun-Common) the round, edible seed of a widely cultivated plant.