Subgroups of Technology-Engineering
•Computer Science(32)
Items in Technology-Engineering
1. Technology-Engineering(Material Noun-Neuter) a flying vehicle that propels itself my means of a propeller i.e. rotating fan displacing air in great speed or by means of jet engines.
মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন
মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন
Assamese: আকাশী জাহাজ, আকাশীযান, উৰা জাহাজ, এৰ’প্লেন্, বায়ুযান, বিমান, ব্যোম যান,
Khasi: liengsuiñ,
Meeteilon: malang hee,
Mizo (Lushai): thlawhtheihna,
Karbi: arpleng, rot-a`hem,
Hmar: boruok lawng,
Dimasa: ropleng, shingao,
Nepali: बायुयान, बिमान, हवाइ जाहाज,
Deori: পিচ্চয়-গেৰে,
2. Technology-Engineering(Material Noun-Neuter) A road vehicle powered by an engine.
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।

Assamese: গাড়ী, গাড়ী-মটৰ, মটৰ, মটৰ গাড়ী,
Bodo: गारि,
Mising: ga:ri,
Meeteilon: car,
Karbi: gadi, Kari, kongelong,
Dimasa: gari, motor,
Bangla: গাড়ী,
Nepali: गाड़ी,
Hajong: গাড়ি,
Related Ideas:
a. Material Noun-Neuter: vehicle, গাড়ী-গুৰা, বাহন, যান, hem`konglong
3. Technology-Engineering(Material Noun-Neuter) a scientific instrument to measure precise time
সময় জোখা এটা বৈজ্ঞানিক উপকৰণ
সময় জোখা এটা বৈজ্ঞানিক উপকৰণ
Assamese: সময় মাপক,
Related Ideas:
a. Material Noun-Neuter: clock, ঘড়ী, ডাঁৰ-পৰ, घड़ी, sanab. Abstract Noun: time, কাল, প্ৰহৰ, পৰ, বেলা
4. Technology-Engineering(Material Noun-Neuter) a chronometer kept on table or hang on the wall etc.
মেজৰ ওপৰত ৰখা বা দেৱালত আঁৰি থোৱা সময়-মাপক।
মেজৰ ওপৰত ৰখা বা দেৱালত আঁৰি থোৱা সময়-মাপক।

Assamese: ঘড়ী, ডাঁৰ-পৰ,
Bodo: घड़ी,
Hmar: sana,
Dimasa: gori,
Tai: না-লী, না-ৰী,
Bangla: ঘড়ি,
Deori: চাঁ-য়া অতচ্চ,
Related Ideas:
a. Material Noun-Neuter: watch, ঘড়ী, হাতঘড়ী, baje, bajib. Material Noun-Neuter: wall clock, দেৱাল ঘড়ী
c. Material Noun-Neuter: chronometer, সময় মাপক
5. Technology-Engineering(Material Noun-Neuter) a complex system of hardware to carry out specific tasks
কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পাদন কৰাৰ কাৰণে তৈয়াৰী এক জটিল পদ্ধতিৰ সঁজুলি
কোনো নিৰ্দ্দিষ্ট কাৰ্য্য সম্পাদন কৰাৰ কাৰণে তৈয়াৰী এক জটিল পদ্ধতিৰ সঁজুলি
Assamese: কল, যন্ত্ৰ, শাল,
Bodo: जन्थ्र,
Khasi: kor,
Hmar: khawl,
Bangla: মেশিন,
Nepali: कल, यन्त्र, साचो, हतियार,
Deori: কল,
Related Ideas:
a. Material Noun-Neuter: appliance, device, equipment, tool, আচবাবb. Common Noun-Neuter: gadget, gizmo, যতন
6. Technology-Engineering(Proper Noun-Neuter) An apparatus used to receive radio signals wirelessly
ৰেডিঅ’ সংকেত গ্ৰহণৰ বাবে ব্যৱহাৰ এক যতন বা যন্ত্ৰ।
ৰেডিঅ’ সংকেত গ্ৰহণৰ বাবে ব্যৱহাৰ এক যতন বা যন্ত্ৰ।

Assamese: অনাতাঁৰ যন্ত্ৰ, আকাশবাণী, বেতাঁৰ যন্ত্ৰ, ৰেডিঅ, ৰেডিঅ’,
Bodo: रेडियो,
Dimasa: rediyo,
7. Technology-Engineering(Material Noun-Neuter) an aquatic vessel, esp. a large ocean-going one propelled by sails or engines
পানীত চলা এক বাহন, বিশেষকৈ পাল আৰু যন্ত্ৰচালিত সমুদ্ৰত চলাব পৰা ডাঙৰ বাহন ৷
পানীত চলা এক বাহন, বিশেষকৈ পাল আৰু যন্ত্ৰচালিত সমুদ্ৰত চলাব পৰা ডাঙৰ বাহন ৷

Assamese: কলনাও, জাহাজ,
Bodo: जाहाज,
Mising: jahaj,
Karbi: tilong,
Hmar: meikhu lawng,
Nagamese: jahas,
Ao: arung,
Rabha: ৰুং,
Related Ideas:
a. Material Noun-Neuter: boat, ডিঙা, ডিঙৰা, তৰণী, তৰন্তী
8. Technology-Engineering(Proper Noun) a mass transport system with a number of boggies that runs on a steel track.
লোৰ পটিৰ ওপৰেৰে চলা, বহুতো ডবা থকা এক গণ-যাতায়ত ব্যৱস্থা৷
লোৰ পটিৰ ওপৰেৰে চলা, বহুতো ডবা থকা এক গণ-যাতায়ত ব্যৱস্থা৷

Assamese: কলগাড়ী, ট্ৰেইন, ভাপগাড়ী, ৰেল, ৰেলগাড়ী,
Bodo: रेलगारि,
Hmar: rêl,
Dimasa: garima,
Bangla: ট্রেন,
Nepali: ट्रेन,
Related Ideas:
a. Material Noun-Neuter: railway, ৰেল-আলি, ৰেল-পথ, রেলওয়ে
9. Technology-Engineering(Material Noun-Neuter) chronometer worn on the wrist
হাতৰ সৰুগাঁথিত পিন্ধা সময় জোখা যন্ত্ৰ
হাতৰ সৰুগাঁথিত পিন্ধা সময় জোখা যন্ত্ৰ

Assamese: ঘড়ী, হাতঘড়ী,
Karbi: baje, baji,
Hmar: sana bânbun,
Dimasa: yaoni gori,
Nepali: घडी,
Related Ideas:
a. Material Noun-Neuter: clock, ঘড়ী, ডাঁৰ-পৰ, घड़ी, sana
10. Technology-Engineering(Material Noun-Neuter) A weapon that is forcibly thrown or projected at a targets with the help of some other means.
হাতেৰে বা যন্ত্ৰেৰে দূৰলৈ নিক্ষেপ কৰা অস্ত্ৰ ৷
হাতেৰে বা যন্ত্ৰেৰে দূৰলৈ নিক্ষেপ কৰা অস্ত্ৰ ৷
11. Technology-Engineering(Verbal Noun) the activity of extracting underground ore in commercial scale
ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্য্যায়ত আকৰ আহৰণ কৰা কাৰ্য্য
ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্য্যায়ত আকৰ আহৰণ কৰা কাৰ্য্য
12. Technology-Engineering(Proper Noun-Neuter) An auto rickshaw or three-wheeler is a motor vehicle and a mode of transport for private use and as a vehicle for hire. Auto rickshaws can be found in many Asian countries such as Bangladesh (known as Baby Taxi), Cambodia, India, Laos, Pakistan, Sri Lanka and Thailand as well as Guatemala and some African countries such as Ethiopia and in some parts of Egypt.
তিনিটা চকাৰ ইঞ্জিনযুক্ত বাহন ৷
তিনিটা চকাৰ ইঞ্জিনযুক্ত বাহন ৷
13. Technology-Engineering(Material Noun-Neuter) a building where sth is manufactured / built
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
Assamese: কল-কাৰখানা, কলঘৰ, কাৰখানা, কুঠি, কুঠী, নিৰ্মাণশালা, নিৰ্ম্মাণশালা, ফেক্টৰী,
Bodo: खारकाना, दारिमिनारि,
Hindi: कारखाना,
Bangla: ফ্যাক্টরি,
Rabha: তাক্দাম্,
Deori: কল-য়াঁ,
Related Ideas:
a. Abstract Noun: industry, উদ্যোগ, दारिमिन
14. Technology-Engineering(Abstract Noun) telecommunication method of sending information
দূৰলৈ তথ্য বা বাৰ্তা পঠোৱা এক সংযোগ প্ৰক্ৰিয়া
দূৰলৈ তথ্য বা বাৰ্তা পঠোৱা এক সংযোগ প্ৰক্ৰিয়া
Assamese: তোপ, বন্দুক, হিলৈ,
Bodo: सिलाइ,
Mising: abbug, ambuk,
Khasi: suloi,
Meeteilon: nongmei,
Karbi: hele,
Hmar: silai,
Nagamese: bonduk,
Dimasa: daomusa(iron tip at the end of the barrel of the gun to aim at), geptar (flint-lock gun), hilai,
Tai: কঙ্, ম-জক্,
Bangla: বন্দুক,
Tiwa: silai,
Deori: এতুৰু,
16. Technology-Engineering(Abstract Noun) the holding of a conference among people at remote locations by means of transmitted audio and video signals
শ্ৰাব্য আৰু দৃশ্য সংকেতৰ জৰিয়তে দূৰৈত থকা মানুহৰ মাজত আলোচনা অনুষ্ঠিত কৰা
শ্ৰাব্য আৰু দৃশ্য সংকেতৰ জৰিয়তে দূৰৈত থকা মানুহৰ মাজত আলোচনা অনুষ্ঠিত কৰা
17. Technology-Engineering(Material Noun-Neuter) An equipment that facilitate conversation over a distance
দূৰৈত থকা ব্যক্তিৰ সৈতে কথা পাতিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ
দূৰৈত থকা ব্যক্তিৰ সৈতে কথা পাতিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ

Assamese: কানফুচফুচ, টেলিফোন, দূৰভাষ, দূৰভাষণ, দূৰভাষণী, দূৰালাপ, দূৰালাপন, ফোন, ফৌন,
Bodo: तेलेफन,
Meeteilon: laaplon,
Deori: আচন য় নিচ্চা জুচ্চ,
18. Technology-Engineering(Verbal Noun) preparation of something artificially
কৃত্ৰিম উপায়েৰে প্ৰস্তুতকৰণ
কৃত্ৰিম উপায়েৰে প্ৰস্তুতকৰণ
19. Technology-Engineering(Abstract Noun) The maximum details an electronic display unit can provide
ভিডিঅ’ পৰ্দাত ক্ষুদ্ৰতম গ্ৰাফিক ডেটা প্ৰদেৰ্শন কৰিব পৰাৰ পৰিমাণ|
ভিডিঅ’ পৰ্দাত ক্ষুদ্ৰতম গ্ৰাফিক ডেটা প্ৰদেৰ্শন কৰিব পৰাৰ পৰিমাণ|
20. Technology-EngineeringClassical Mechanics(Material Noun-Neuter) a wheel over which a rope etc passes for lifting things
এটা চকা যাৰ ওপৰেদি এডাল ৰছি পাৰ কৰি কোনো গধুৰ বস্তু ডাঙিবলৈ ব্যৱহাৰ কৰা হয়৷
এটা চকা যাৰ ওপৰেদি এডাল ৰছি পাৰ কৰি কোনো গধুৰ বস্তু ডাঙিবলৈ ব্যৱহাৰ কৰা হয়৷
22. Technology-Engineering(Material Noun-Neuter) a hand-held mobile radiotelephone for use in an area divided into small sections (cells), each with its own short-range transmitter/receiver
সহজে হাতত লৈ ফুৰিব পৰা দূৰভাষ যন্ত্ৰ৷
সহজে হাতত লৈ ফুৰিব পৰা দূৰভাষ যন্ত্ৰ৷

Assamese: চলভাষ, চেলফোন, চেলোলাৰ, ভ্ৰাম্যভাষ, ম’বাইল,
Bodo: सेलफोन,
Meeteilon: mobile,
Dimasa: mobail,
Nepali: भ्राम्यभाष, मबाइल, मोबाइल फोन,
23. Technology-Engineering(Material Noun-Neuter) an intelligent machine that looks like a human
কলৰ কৃত্ৰিম মানুহ
কলৰ কৃত্ৰিম মানুহ
24. Technology-EngineeringTextile(Material Noun-Neuter) A machine or apparatus for weaving fabric
কাপোৰ ববলৈ ব্যৱহাৰ কৰা এক সঁজুলি
কাপোৰ ববলৈ ব্যৱহাৰ কৰা এক সঁজুলি

Assamese: তাঁত, তাঁতশাল,
Meeteilon: yongkham,
Karbi: therang,
Dimasa: daophang,
Tai: হুক্,
Tiwa: thad,
Deori: ইংপুচ্চ, তাতিয়া,
Related Ideas:
a. Material Noun-Neuter: handloom, হস্ততাঁত, तातसाल, हिसान, therang
25. Technology-Engineering(Material Noun-Neuter) A pin or a rod upon which a wheel revolves.
এডাল দণ্ড বা মাৰি, যাক কেন্দ্ৰ কৰি এটা চকা ঘূৰে৷
এডাল দণ্ড বা মাৰি, যাক কেন্দ্ৰ কৰি এটা চকা ঘূৰে৷
26. Technology-Engineering(Material Noun-Neuter) Navigational instrument for finding directions
পূৱ পশ্চিম আদি দিশ নিৰ্ণায়ক যন্ত্ৰ
পূৱ পশ্চিম আদি দিশ নিৰ্ণায়ক যন্ত্ৰ

Assamese: কম্পাছ, দিগদৰ্শক, দিগদৰ্শন যন্ত্ৰ,
Bodo: दिग दिन्थिग्रा जनत्र,
Dimasa: kompas,
27. Technology-Engineering(Proper Noun-Neuter) A message service offered by the GSM digital cellular telephone system. Using SMS, a short alphanumeric message (160 alphanumeric characters) can be sent to a mobile phone to be displayed there, much like in an alphanumeric pager system.
ম’বাইলৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰিব পৰা এটা চুটি বাৰ্তা প্ৰেৰণ ব্যৱস্থা ৷ ইয়াৰ একোটা পৃষ্ঠাত ১৬০ টা বৰ্ণ টাইপ কৰিব পাৰে ৷
ম’বাইলৰ দ্বাৰা বাৰ্তা প্ৰেৰণ কৰিব পৰা এটা চুটি বাৰ্তা প্ৰেৰণ ব্যৱস্থা ৷ ইয়াৰ একোটা পৃষ্ঠাত ১৬০ টা বৰ্ণ টাইপ কৰিব পাৰে ৷
28. Technology-Engineering(Material Noun-Neuter) A mill used to extract oil from mustard seed, sesamum etc.
সৰিয়হ, তিল আদিৰ দৰে তৈল শস্যৰ পেৰি তেল উলিওৱা যতন৷
সৰিয়হ, তিল আদিৰ দৰে তৈল শস্যৰ পেৰি তেল উলিওৱা যতন৷
29. Technology-Engineering(Verbal Noun) the deliberate shutdown of electric power in a part or parts of a power-distribution system, generally to prevent the failure of the entire system when the demand strains the capacity of the system.
বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওপৰত অতিৰিক্ত চাপ কমাবৰ বাবে নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট সময়ৰ কাৰণে বিদ্যুৎযোগান বন্ধ ৰখা ৷
বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ ওপৰত অতিৰিক্ত চাপ কমাবৰ বাবে নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট সময়ৰ কাৰণে বিদ্যুৎযোগান বন্ধ ৰখা ৷
30. Business-Commerce-EconomicsTechnology-Engineering(Proper Noun) An abbreviation for automated teller machine. This is a computer terminal that takes the place of a human bank teller and allows the user to access basic bank services, such as making deposits and cash withdrawals from remote locations, twenty-four hours a day.
কম্পিউটাৰৰ দ্বাৰা পৰিচালিত আৰু চৌবিশ ঘ্ণ্টা সেৱা আগবঢ়োৱা বেঙ্কৰ এটা আধুনিক ব্যৱস্থা ৷ ইয়াৰ সহায়ত আঁতৰৰ বেঙ্কত জমা থকা টকা উলিওৱাৰ লগতে জমা কৰিব পৰা হয় ৷
কম্পিউটাৰৰ দ্বাৰা পৰিচালিত আৰু চৌবিশ ঘ্ণ্টা সেৱা আগবঢ়োৱা বেঙ্কৰ এটা আধুনিক ব্যৱস্থা ৷ ইয়াৰ সহায়ত আঁতৰৰ বেঙ্কত জমা থকা টকা উলিওৱাৰ লগতে জমা কৰিব পৰা হয় ৷
31. Technology-Engineering(Material Noun-Neuter) An abbreviation for Subscriber Identity Module, used to identify a subscriber on mobile telephony devices and mobile phones. The SIM card allows users to change phones by simply removing the SIM card from one mobile phone and inserting it into another mobile phone or broadband telephony device.
ম’বাইলত ব্যৱহাৰ কৰা ব্যক্তি এজনক চিনাক্ত কৰিব পৰা এখন কাৰ্ড, য’ত গ্ৰাহকৰ প্ৰয়োজনীয় ফোন নম্বৰ, মেম’ৰী আদি অন্তৰ্ভুক্ত হৈ থাকে ৷ ইয়াক এটা ম’বাইলৰ পৰা আন এটা ম’বাইলত সহজে স্থাপন কৰিব পাৰি ৷
ম’বাইলত ব্যৱহাৰ কৰা ব্যক্তি এজনক চিনাক্ত কৰিব পৰা এখন কাৰ্ড, য’ত গ্ৰাহকৰ প্ৰয়োজনীয় ফোন নম্বৰ, মেম’ৰী আদি অন্তৰ্ভুক্ত হৈ থাকে ৷ ইয়াক এটা ম’বাইলৰ পৰা আন এটা ম’বাইলত সহজে স্থাপন কৰিব পাৰি ৷
32. Technology-EngineeringCinema(Abstract Noun) A series of photos displayed in rapid succession to give the visual effect of moving objects.
33. Technology-Engineering(Material Noun-Neuter) a V-shaped device which is used for drawing circles or measuring distances on maps.
বিত্ত অংকন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা ইংৰাজী ভি আকৃতিৰ এবিধ সঁজুলি৷
বিত্ত অংকন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা ইংৰাজী ভি আকৃতিৰ এবিধ সঁজুলি৷
34. Technology-Engineering(Material Noun-Neuter)
An air producing device having three or four blades that is used for cooling purpose. It moves spine round with the help of electricity and hanging down from the ceiling towards the earth.
গৰমত বতাহ লবলৈ বিদ্যুত্ত্ শক্তিৰ দ্বাৰা চালিত চিলিঙিত ওলমাই ঘূৰোৱা যন্ত্ৰ ৷
গৰমত বতাহ লবলৈ বিদ্যুত্ত্ শক্তিৰ দ্বাৰা চালিত চিলিঙিত ওলমাই ঘূৰোৱা যন্ত্ৰ ৷
35. Technology-Engineering(Material Noun-Neuter) An air producing device with Multiple blades of two to four and operate by electricity. Usually a table fan is takes upon a table.
টেবুলৰ ওপৰত ৰখা বতাহ উত্ত্পন্ন কৰা এবিধ যন্ত্ৰ ৷
টেবুলৰ ওপৰত ৰখা বতাহ উত্ত্পন্ন কৰা এবিধ যন্ত্ৰ ৷
36. Technology-Engineering(Proper Noun-Neuter) A line traced by a point traveling in a constant direction; a line of zero curvature.
এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টনা পোন ৰেখা ৷
এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টনা পোন ৰেখা ৷
37. Technology-Engineering(Abstract Noun) A workplace where fish are caught and processed and sold.
য’ত মাছ পালন কৰাৰ ওপৰিও ধৰি বেচা-কিনা কৰা হয় ৷
য’ত মাছ পালন কৰাৰ ওপৰিও ধৰি বেচা-কিনা কৰা হয় ৷
38. Technology-Engineering(Material Noun-Neuter) A narrow bridge specially designed for pedestrians and made of bamboo, wood etc.
সাধাৰণতে গাঁও অঞ্চলত সৰু জুৰি বা নৈ আদি পাৰ হ’বৰ কাৰণে বাঁহ বা কাঠৰে সজা ঠেক দলং।
সাধাৰণতে গাঁও অঞ্চলত সৰু জুৰি বা নৈ আদি পাৰ হ’বৰ কাৰণে বাঁহ বা কাঠৰে সজা ঠেক দলং।
40. Technology-Engineering(Material Noun-Neuter) a type of weather vane (= device for showing which way the wind is blowing) in the shape of a chicken.
বতাহৰ প্ৰৱাহৰ দিশ দেখুৱাবলৈ উচ্চ স্থানত ৰখা পক্ষীৰ আকাৰৰ বায়ু দিশ নিৰ্দেশক৷
বতাহৰ প্ৰৱাহৰ দিশ দেখুৱাবলৈ উচ্চ স্থানত ৰখা পক্ষীৰ আকাৰৰ বায়ু দিশ নিৰ্দেশক৷
41. Technology-Engineering(Material Noun-Neuter) a type of low-powered motorcycle designed to provide economical and relatively safe transport with minimal licensing requirements. Mopeds were once all equipped with bicycle-like pedals (the source of the term, motor-pedal), to ride manually without engine power.
42. Technology-Engineering(Abstract Noun) study of manipulating matter on an atomic and molecular scale
পদাৰ্থৰ আনৱিক বা পাৰমাণৱিক স্তৰত পৰিৱৰ্ত্তন ঘটোৱা পদ্ধতি সম্পৰ্কে কৰা অধ্যয়ন
পদাৰ্থৰ আনৱিক বা পাৰমাণৱিক স্তৰত পৰিৱৰ্ত্তন ঘটোৱা পদ্ধতি সম্পৰ্কে কৰা অধ্যয়ন
43. Technology-Engineering(Material Noun-Neuter) the rotating part of an electric motor or dynamo
বৈদ্যুতিক মটৰ বা ডাইনেম’ৰ ঘূৰ্ণীয়মান অংশ৷
বৈদ্যুতিক মটৰ বা ডাইনেম’ৰ ঘূৰ্ণীয়মান অংশ৷
44. Technology-Engineering(Proper Adj.-Common) pertaining to the applied mathematics that deals with the measurement of the shape and area of large tracts of country, the exact position of geographical points, and the curvature, shape, and dimensions of the earth.
প্ৰায়োগিক গণিতৰ সেইটো ভাগ সম্বন্ধীয়, যি এখন দেশৰ একোটা বৃহৎ অঞ্চলৰ আকাৰ আৰু কালি নিৰ্ণয়, ভৌগোলিক স্থানৰ নিৰ্দ্দিষ্ট অৱস্থিতি নিৰ্ণয়, আৰু পৃথিৱীৰ আকাৰ, বিস্তৃতি আদি নিৰ্ণয়ৰ সৈতে জড়িত।
প্ৰায়োগিক গণিতৰ সেইটো ভাগ সম্বন্ধীয়, যি এখন দেশৰ একোটা বৃহৎ অঞ্চলৰ আকাৰ আৰু কালি নিৰ্ণয়, ভৌগোলিক স্থানৰ নিৰ্দ্দিষ্ট অৱস্থিতি নিৰ্ণয়, আৰু পৃথিৱীৰ আকাৰ, বিস্তৃতি আদি নিৰ্ণয়ৰ সৈতে জড়িত।
45. Technology-Engineering(Material Noun-Neuter) a device that can generate electrical energy by converting mechanical energy
যান্ত্ৰিক শক্তিক ৰূপান্তৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা সঁজুলি
যান্ত্ৰিক শক্তিক ৰূপান্তৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা সঁজুলি
46. Technology-Engineering(Abstract Noun) A website to share videos
ভিডিঅ’ আদান-প্ৰদান কৰিবলৈ সুবিধা থকা এক জালস্থান৷
ভিডিঅ’ আদান-প্ৰদান কৰিবলৈ সুবিধা থকা এক জালস্থান৷
47. Technology-Engineering(Verbal Noun) The engineering activities of controlling flood in a river
বানপানীৰ প্ৰকোপ কমাবলৈ বা ৰোধ কৰিবলৈ গ্ৰহণ কৰা আভিযান্ত্ৰিক কৰ্ম-কাণ্ড
বানপানীৰ প্ৰকোপ কমাবলৈ বা ৰোধ কৰিবলৈ গ্ৰহণ কৰা আভিযান্ত্ৰিক কৰ্ম-কাণ্ড
48. Technology-Engineering(Abstract Noun) An updated issue or edition of a piece of writing or software.
সংশোধন কৰা কোনো লিখনি বা চফ্টৱেৰৰ এটা প্ৰতিলিপি৷
সংশোধন কৰা কোনো লিখনি বা চফ্টৱেৰৰ এটা প্ৰতিলিপি৷
49. Technology-Engineering(Material Noun-Neuter) the frame that a vehicle is built on.
মটৰ গাড়ী,আকাশী জাহাজ আদি সাজিবলৈ নিম্নাংশত ব্যৱহৃত ভৰ সহিব পৰা জঁকা।
মটৰ গাড়ী,আকাশী জাহাজ আদি সাজিবলৈ নিম্নাংশত ব্যৱহৃত ভৰ সহিব পৰা জঁকা।
50. Technology-Engineering(Verbal Noun) any of several processes that remove some amount of salt and other minerals from saline water. More generally, desalination may also refer to the removal of salts and minerals, as in soil desalination.
51. Technology-Engineering(Material Noun-Neuter) A new technology where a car is driven by a computer with artificial intelligence and a number of sensors like camera, radar etc.
এক নতুন প্ৰযুক্তি য’ত এটা কৃত্ৰিম বুদ্ধিমত্তা থকা পৰিকলন যন্ত্ৰই কেমেৰা,ৰাডাৰ আদি বিভিন্ন সংবেদকৰ সহায়ত মানুহৰ সহায় নোবোৱাকৈ এখন গাড়ী চলাব পাৰে৷
এক নতুন প্ৰযুক্তি য’ত এটা কৃত্ৰিম বুদ্ধিমত্তা থকা পৰিকলন যন্ত্ৰই কেমেৰা,ৰাডাৰ আদি বিভিন্ন সংবেদকৰ সহায়ত মানুহৰ সহায় নোবোৱাকৈ এখন গাড়ী চলাব পাৰে৷
Assamese: চালকবিহীন গাড়ী, স্বয়ংক্ৰিয় গাড়ী, স্বয়ংক্ৰিয় বাহন, স্বয়ংচালিত গাড়ী,
52. Technology-Engineering(Proper Noun) It is an internet search engine owned by Google INC.
ইন্টাৰনেটৰ সন্ধান যন্ত্ৰ৷ গুগল বহুজাতিক কোমেপানীৰ দ্বাৰা নিয়ন্ত্ৰত৷
ইন্টাৰনেটৰ সন্ধান যন্ত্ৰ৷ গুগল বহুজাতিক কোমেপানীৰ দ্বাৰা নিয়ন্ত্ৰত৷
53. Technology-Engineering(Material Noun-Neuter) an unmanned areal or flying vehicle used for surveillance and photography
আলোকচিত্ৰ গ্ৰহণ, চলচিত্ৰ গ্ৰহণ, নিৰীক্ষণ আদি কামত ব্যৱহাৰ কৰা এবিধ উৰণীয়া যন্ত্ৰ
আলোকচিত্ৰ গ্ৰহণ, চলচিত্ৰ গ্ৰহণ, নিৰীক্ষণ আদি কামত ব্যৱহাৰ কৰা এবিধ উৰণীয়া যন্ত্ৰ
54. Technology-Engineering(Abstract Noun) the process or system by which the movements of aircraft are monitored and directed by ground personnel communicating with pilots by radio.
স্থল কৰ্মীসকলে ৰেডিঅ`ৰ জৰিয়তে বিমান চালকৰ সৈতে যোগাযোগ কৰি বিমানৰ গতিবিধি নিৰীক্ষণ আৰু নিৰ্দেশনা দিয়া প্ৰক্ৰিয়া বা ব্যৱস্থা৷
স্থল কৰ্মীসকলে ৰেডিঅ`ৰ জৰিয়তে বিমান চালকৰ সৈতে যোগাযোগ কৰি বিমানৰ গতিবিধি নিৰীক্ষণ আৰু নিৰ্দেশনা দিয়া প্ৰক্ৰিয়া বা ব্যৱস্থা৷
55. Technology-Engineering(Abstract Noun) the act of using unused resources through online technology, method
অব্যৱহৃত সম্পদক সঁতাৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ব্যৱহাৰ কৰা ব্যৱস্থা
অব্যৱহৃত সম্পদক সঁতাৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ব্যৱহাৰ কৰা ব্যৱস্থা
56. Technology-Engineering(Material Noun-Neuter) a photograph taken with a smartphone or other digital camera by a person who is also in the photograph