photographphotography

photographic (English)
Contributed by: Himasri Das on 2023-08-28
1. (Proper Adj.-Neuter) the art, application, and practice of creating images by recording light, either electronically by means of an image sensor or chemically by means of a light-sensitive material such as photographic film. পোহৰ ৰেকৰ্ডিং কৰি ইলেক্ট্ৰনিকভাৱে বা ফটোগ্ৰাফিক ফিল্মৰ দৰে পোহৰৰ প্ৰতি সংবেদনশীল পদাৰ্থৰ দ্বাৰা ৰাসায়নিকভাৱে ছবি সৃষ্টি কৰাৰ কলা, প্ৰয়োগ আৰু অনুশীলন