plumPlumbago indica

plumb-line (English) [ IPA: plumb-line ASM: প্লাম্ব-লাইন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-11
1. (Material Noun-Neuter) a cord with a lead bob attached to one end, used to determine perpendicularity. এটা মূৰে শংকু আকৃতিৰ এক ধাতু-পিণ্ড এডাল টান সূতাৰে ওলোমাই তৈয়াৰ কৰা এবিধ সঁজুলি, যাৰ সহায়ত কোনো বস্তু উলম্বভাৱে আছে নে নাই চাব পাৰি।
English: plumb-line,
Assamese: ওলোম,
Hindi: साहुल