ratableratchari

ratan (English) [ IPA: ratan ASM: ৰতন]
Contributed by: Dimbeswar Baishya on 2008-02-08
1. Plants(Proper Noun-Neuter) Climbing palm of Sri Lanka and India remarkable for the great length of the stems. The stem of various climbing palms of the genus Calamus and related genera used to make wickerwork and furniture and canes. শ্ৰীলঙ্কা আৰু ভাৰতবৰ্ষত পোৱা দীঘল গা-গছেৰে এবিধ লতা জাতীয় কাঁইটীয়া গছ | বিভিন্ন প্ৰকাৰৰ বেঁত চকী-মেজ আদি বনাবলৈ কূটীৰ শিল্পত বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায় | অসমতো বাঁহ-বেতৰ চকীৰ বহুল প্ৰচলন দেখা যায় |
English: Calamus rotangsci , ratan, rattan cane, rattan palm,
Assamese: বেত,
Nepali: बेत