বেণ্ডেজবেত দে
বেত (Assamese) [ Roman: bet]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-17
English: knout, whip,
Assamese: কশা, চমটা, চাবুক, তাৰনী, প্ৰত্যোদ, বেত, লোচ, সৌকা,
Bodo: साबुक,
Deori: হচাৰি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
English: goad,
Assamese: অঙ্কুশ, এছাৰি, কাঁটি, চিটিপনি, চেকনি, ফলীয়থি, বেত, লেকেচি, লৰু, সিৰিপনি, সৌকা,
Bodo: लौरु
Contributed by: Bikram M Baruah on 2015-07-05
Contributed by: Bikram M Baruah on 2009-09-05
বেত (Assamese) [ Roman: bet]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-17
1. (Material Noun-Neuter) Lash attached to a stick for urging on animals or punishing etc.
Assamese: কশা, চমটা, চাবুক, তাৰনী, প্ৰত্যোদ, বেত, লোচ, সৌকা,
Bodo: साबुक,
Deori: হচাৰি
Different POS:
a. Verb-Trans.: whip, চমটিয়া, বেত দে, বেতা, betsimit...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
2. (Material Noun-Neuter) sharp pointed stick often tipped with iron. কেতিয়াবা লোৰ মূৰীয়া লগোৱা ক্ষীণ, দীঘল লাঠি।
Assamese: অঙ্কুশ, এছাৰি, কাঁটি, চিটিপনি, চেকনি, ফলীয়থি, বেত, লেকেচি, লৰু, সিৰিপনি, সৌকা,
Bodo: लौरु
Contributed by: Bikram M Baruah on 2015-07-05
3. Plants(Proper Noun-Neuter) Climbing palm of Sri Lanka and India remarkable for the great length of the stems. The stem of various climbing palms of the genus Calamus and related genera used to make wickerwork and furniture and canes. শ্ৰীলঙ্কা আৰু ভাৰতবৰ্ষত পোৱা দীঘল গা-গছেৰে এবিধ লতা জাতীয় কাঁইটীয়া গছ | বিভিন্ন প্ৰকাৰৰ বেঁত চকী-মেজ আদি বনাবলৈ কূটীৰ শিল্পত বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায় | অসমতো বাঁহ-বেতৰ চকীৰ বহুল প্ৰচলন দেখা যায় |
Contributed by: Bikram M Baruah on 2009-09-05
4. Plants(Common Noun) Tall, perennial grasses with flexible, woody stalks from the family Poaceae that grow throughout the world in wet soils ঘাঁহ জাতীয় ওখ গছ। পিতনিত হয়।