Learn
Litikai
Proverbs
Dictionary
Home
Dictionary entry:
reverent
(Language: English; IPA: ˈrevrənt; Assamese: ৰেভাৰেণ্ট)
Meaning 1
:
(Proper Adj.)
conforming to the laws of a faith or religion
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
Synonym:
English:
reverent
devout
religious
pious
godly
orthodox
Assamese:
ধৰ্ম্মনিষ্ঠ
পবিত্ৰাত্মা
নৈষ্ঠিক
শুদ্ধাত্মা
ধৰ্মভীৰু
ধৰ্ম্মাত্মা
ধাৰ্মিক
শুদ্ধমতি
পুণ্যৱান
ধৰ্মাত্মা
ভক্তিপৰায়ণ
শুদ্ধচিত্ত
স্বধৰ্মী
ধৰ্ম্মমূৰ্ত্তি
সাধু
আচাৰনিষ্ঠ
নিষ্ঠাৱন্ত
পুণ্যশীল
নিষ্ঠাবান
নিষ্ঠাশীল
ঐকান্তিক
ধৰ্মপৰায়ণ
Related Ideas:
1.
heretic
বিধৰ্ম্মী
2.
orthodoxy
গোড়ামি
About
Privacy
Policy
Projects
2006 - 2022
©
Xobdo.org